ভাৰতত দৈনিক কৰʼনা সংক্ৰমণ ঘটনা ৭মাহৰ ভিতৰত সৰ্বনিম্ন বৃদ্ধি

Pc- The Conversation

ভাৰতত দৈনিক কৰʼনা সংক্ৰমণ ঘটনা ৭মাহৰ ভিতৰত সৰ্বনিম্ন বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪,১৪৬ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। যি হৈছে সাতমাহৰ ভিতৰত দৈনিক ঘটনাৰ সৰ্বনিম্ন বৃদ্ধি। দেশখনত নতুনকৈ ১৪৪ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত দেশত কৰʼনাৰ সংক্ৰমণৰ ফলত মুঠ ৪,৫২,১২৪ জন লোকৰ মৃত্যু হৈছে।  দেশত মুঠ ৩,৪০,৬৭,৭১৯ জন কৰʼনাত সংক্ৰমিত হৈছে।