ভাৰতত অব্যাহত কৰʼনাৰ সংক্ৰমণ

pc POV.UK

ভাৰতত অব্যাহত কৰʼনাৰ সংক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৩,০৯১জন লোক কৰʼনাত আক্ৰান্ত হৈছে। আৰু ৩৪০ জন লোকৰ নতুনকৈ মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৩৮,৫৫৬টা সক্ৰিয় ঘটনা আছে। দেশখনত মৃত্যুৰ সংখ্যা ৪,৬২,১৮৯ জনলৈ বৃদ্ধি পাইছে।