‘ব্ৰেথলেছ’ৰ পৰিচালক জিন-লুক গডাৰ্ডৰ ৯১ বছৰ বয়সত মৃত্যু 

‘ব্ৰেথলেছ’ৰ পৰিচালক জিন-লুক গডাৰ্ডৰ ৯১ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা জিন-লুক গডাৰ্ডৰ ৯১ বছৰ বয়সত মৃত্যু হয়। ‘ব্ৰেথলেছ’ আৰু ‘আলফাভিল’ পৰিচালনা কৰা গডাৰ্ড ১৯৬০ ৰ দশকত ফৰাচী চিনেমাগৃহত কৰা কামৰ বাবে জনাজাত। তেওঁৰ ১৯৬০ চনৰ ছবি ‘ব্ৰেথলেছ’ত জিন-পল বেলমণ্ডো আৰু ডেনিয়েল বাউলাংগাৰ আছিল। গডাৰৰ মৃত্যুত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে টুইট কৰিছে,”আমি এটা ৰাষ্ট্ৰীয় সম্পদ হেৰুৱাইছো।আৰু হেৰুৱাইছো এজন প্ৰতিভাশালী ব্যক্তিৰ চকু”।