বেডমিণ্টন মিক্সড টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰে ভাৰতে

Pc- Zee News

বেডমিণ্টন মিক্সড টিম ইভেণ্টত ৰূপৰ পদক লাভ কৰে ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা-  ডিফেণ্ডিং চেম্পিয়ন ভাৰতে কমনৱেলথ গেমছ ২০২২ ত বেডমিণ্টন মিক্সড দলৰ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰিছিল। মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে ফাইনেলত ১-৩ ব্যৱধানত পৰাজিত হয়। ফাইনেলত ভাৰতে পুৰুষৰ ডাবলছ, পুৰুষৰ একক আৰু মহিলাৰ দ্বৈত খেলত পৰাজিত হয়। ফাইনেলত ভাৰতৰ হৈ একমাত্ৰ পি ভি সিন্ধু জয়ী হয়।