বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ

বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লাভলীনা বৰগোঁহাইৰ

ৰঙিলী বাৰ্ত্তসেৱা- ২০২১ চনৰ টকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোঁহাই তুৰস্কৰ ইষ্টানবুলত চলি থকা IBA বিশ্ব মহিলা বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছে।IBA স্বীকৃতি প্ৰাপ্ত Fair Chance Team (FCT) ৰ খেলুৱৈ কিনডি নাগামবা ডিজেনকেউৰ হাতত ৪-১ পইন্টত পৰাস্ত হয় লাভলীনা বৰগোঁহাই।উল্লেখ্য যে, লাভলীনা বৰগোঁহাই পৰাস্ত হৈছে যদিও এতিয়াও IBA বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত বৰ্তী আছে অসমৰ আন গৰাকী সফল মহিলা বক্সাৰ অংকুশিতা বড়ো।