বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

pc Facebook

বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

অনলাইন বাৰ্ত্তাসেৱা – আজি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ওপৰত এক দৃষ্টি নিৰীক্ষণ কৰা হয় আৰু সাধাৰণ ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে বিভাগীয় বিষয়াসকলৰ দ্বাৰা বিভাগীয় কাম নিয়াৰিকৈ, পৰিষ্কাৰকৈ আৰু দ্ৰুতগতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই কাৰ্যসূচীত মাননীয় সাংসদ পল্লবলোচন দাস আৰু লোকসভা সমষ্টিৰ সন্মানীয় বিধায়ক, শ্ৰীযুত ৰঞ্জিত দত্ত, শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাৰ লগতে আৰক্ষী আয়ুক্ত আৰু বিশ্বনাথ জিলাৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।