বিশ্বনাথন আনন্দৰ দবা ব্লিটজ ইভেণ্টত বিশ্বৰ এক নম্বৰ মেগনাস কাৰ্লচেনক পৰাস্ত

বিশ্বনাথন আনন্দৰ দবা ব্লিটজ ইভেণ্টত বিশ্বৰ এক নম্বৰ মেগনাস কাৰ্লচেনক পৰাস্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দে নৰৱে দাবাৰ ব্লিটজ ইভেণ্টৰ সপ্তম ৰাউণ্ডত বিশ্বৰ এক নম্বৰ মেগনাস কাৰ্লচেনক পৰাস্ত কৰিছিল। আনন্দে ইভেণ্টটো পাঁচ পইণ্টৰ সৈতে চতুৰ্থ স্থানত শেষ কৰিছিল। আমেৰিকান গ্ৰেণ্ডমাষ্টাৰ ৱেছলি ছোৱে ৬.৫ পইণ্টৰ সৈতে ব্লিটজ ইভেণ্টটো জিকিছিল। এই মাহৰ আৰম্ভণিতে, ১৬ বছৰীয়া গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰাগনাানন্দাই অনলাইন ৰেপিড দবা টুৰ্ণামেণ্টত কাৰ্লচেনক পৰাস্ত কৰিছিল।