বিজেপি মুৰব্বী নাড্ডাৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে

pc Hindustan times

বিজেপি মুৰব্বী নাড্ডাৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়া আৰু ইউক্ৰেইনক সহায় কৰিবলৈ ক্ৰিপ্টোকাৰেন্সীত অনুদান বিচাৰি কেইবাটাও টুইটৰ জৰিয়তে দেওবাৰে ৰাতিপুৱা বিজেপি প্ৰধান জগত প্ৰকাশ নাড্ডাৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছিল। একাউণ্টটো  পুনৰুদ্ধাৰ কৰা হৈছে। ইলেক্ট্ৰনিক্স এণ্ড টেকন’লজীৰ এমঅ’এছ ৰাজীৱ চন্দ্ৰশেখৰে কয় যে চৰকাৰ হেকটোৰ বিষয়ে অৱগত আৰু কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দলে (চিইআৰটি) ইয়াক চোৱা-চিতা কৰি আছে।