বাজেটে ভাৰতক আধুনিকীকৰণৰ দিশে, যুৱ আৰু দৰিদ্ৰৰ ওপৰত গুৰুত্ব দিয়ে: প্ৰধানমন্ত্ৰী

p.c.-Times of India

বাজেটে ভাৰতক আধুনিকীকৰণৰ দিশে, যুৱ আৰু দৰিদ্ৰৰ ওপৰত গুৰুত্ব দিয়ে: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ভাৰতক আধুনিকীকৰণৰ পথত লৈ যোৱাৰ বাবে কেইবাটাও পদক্ষেপ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ বিজেপি কৰ্মীসকলক সম্বোধন কৰি কয়। “এই বাজেটত দৰিদ্ৰ, মধ্যবিত্ত আৰু যুৱসকলৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু তেওঁলোকক মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰাৰ লক্ষ্য ৰখা হৈছে। আমাৰ চৰকাৰে মৌলিক সুবিধাৰ ব্যৱস্থাৰ ওপৰত কাম কৰি আছে,” প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়।