বকোত বজ্ৰপাতত কেইবাটাও পৰিয়ালৰ লোক আঘাতপ্ৰাপ্ত 

pc- Space.com

বকোত বজ্ৰপাতত কেইবাটাও পৰিয়ালৰ লোক আঘাতপ্ৰাপ্ত 

অনলাইন বাৰ্ত্তাসেৱা- দক্ষিণ-পশ্চিম কামৰূপ জিলাৰ বকো দগাঁৱত বজ্ৰপাত পৰি কেইবাটাও পৰিয়াৰ লোক আঘাতপ্ৰাপ্ত হয়। অঞ্চলটোত পৃথকে পৃথকে হোৱা বজ্ৰপাতত দগাঁৱৰ লাট গাঁওবুঢ়া কেশৱ ৰাভা ৰলগতে মাকন ৰাভা, মহেন্দ্ৰ ৰাভা, জানমণি ৰাভা, চুৰ্মিলা ৰাভা আৰু প্ৰাঞ্জল ৰাভা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

 

(RT)