ফিউজন- মইনুল হক

ফিউজন
  মইনুল হক
আমি চিনি গো চিনি তোমার ওগো …
মন হীৰাদৈ চাইকেল নহয় টিলিঙা
কে বলে ঠাক মা তোমার
পে পে পেপে পে
এইখন অসমৰ শংকৰ গুৰু
ৰত্নাৱলী ঘোষাৰে মাধৱ গুৰু
জয় গুৰু বিশ্ব গুৰু কবিগুৰু
এইতো শুরু
জলের তলে নলের গাড়ী
দেহাৰে ভৰসা নাই মোৰ আল্লা
দেহাৰে ভৰসা নাই
ও মাইজান …দেহা চমে চমায়।