ফ’বছ মেগাজিনৰ ২০২১ বৰ্ষৰ ধনাঢ্যৰ তালিকাৰ শীৰ্ষত মুকেশ আম্বানি

Pc- Mint

ফ’বছ মেগাজিনৰ ২০২১ বৰ্ষৰ ধনাঢ্যৰ তালিকাৰ শীৰ্ষত মুকেশ আম্বানি

অনলাইন বাৰ্ত্তাসেৱা- ফ’বছ মেগাজিনৰ  ২০২১ বৰ্ষৰ ধনাঢ্যৰ তালিকাত  ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে ৯২.৭ মার্কিন ডলাৰেৰে তালিকাৰ শীৰ্ষস্থানত আছে। ২০০৮ চনৰ পৰাই মুকেশ আম্বানিয়ে ভাৰতৰ ১নং ধনাঢ্য ব্যক্তি। তদুপৰি মুকেশ আম্বানি এছিয়াৰ ধনাঢ্য ব্যক্তিৰ শীৰ্ষস্থানতো আছে। আন্তঃগাঁথনি টাইকুন উদ্যোগপতি গৌতম আদানিয়ে ক্রমাগত তৃতীয়বাৰৰ বাৰে তালিকাত দ্বিতীয় স্থান লাভ কৰিছে।