প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞ: অৰ্থনৈতিক সংকটৰ মাজত শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জয়সূৰ্য

pc Hindustan times

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞ: অৰ্থনৈতিক সংকটৰ মাজত শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ জয়সূৰ্য

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যই অৰ্থনৈতিক সংকটৰ মাজত শ্ৰীলংকাক সহায় কৰাৰ বাবে ভাৰতৰ প্ৰশংসা কৰি কয়, “এখন চুবুৰীয়া আৰু আমাৰ দেশৰ এজন ডাঙৰ ভাতৃ হিচাপে ভাৰতে সদায় আমাক সহায় কৰি আহিছে।” “আমি ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞ,” তেওঁ লগতে কয়। ভাৰতে বিদ্যুৎ সংকট হ্ৰাস কৰাত সহায় কৰিবলৈ শ্ৰীলংকাক ২৭০,০০০ মেট্ৰিক টন ইন্ধন যোগান ধৰিছে।