প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ভাৰতৰ প্ৰথম বায়োটেক ষ্টাৰ্টআপ এক্সপো ২০২২ উদ্বোধন কৰে

Pc Telangana Today

প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ভাৰতৰ প্ৰথম বায়োটেক ষ্টাৰ্টআপ এক্সপো ২০২২ উদ্বোধন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানত ভাৰতৰ প্ৰথম বায়োটেক ষ্টাৰ্টআপ এক্সপো ২০২২ উদ্বোধন কৰে।ইয়াৰ ফলত এই খণ্ডত আত্মনিৰ্ভৰ ভাৰত আন্দোলন শক্তিশালী হ’ব বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “যোৱা ৮ বছৰত ভাৰতৰ জৈৱ অৰ্থনীতি ৮ গুণ বৃদ্ধি পাইছে। বায়’টেক গ্লোবেল ইক’চিষ্টেমৰ শীৰ্ষ দহখন দেশৰ লীগত যোগদানৰ পৰা ভাৰত বেছি দূৰত নাই।”