প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ‘প্ৰধানমন্ত্ৰী সংগ্ৰাহালয়’ উদ্বোধন কৰে

pc Redfifmail

প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত ‘প্ৰধানমন্ত্ৰী সংগ্ৰাহালয়’ উদ্বোধন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত স্বাধীনতাৰ পিছৰে পৰা দেশৰ সকলো প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনাই ‘প্ৰধানমন্ত্ৰী সংগ্ৰামলয়’ নামৰ এক সংগ্ৰহালয় উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধনৰ আগতে সংগ্ৰহালয়ত প্ৰথম টিকট কিনিছিল। এই সংগ্ৰাহালয়াই স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ জীৱন আৰু অৱদানৰ কাহিনী কয়, পিএমঅ’য়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়।