প্ৰধানমন্ত্ৰী মোডী ডেনমাৰ্কত উপস্থিত

pc facebook

প্ৰধানমন্ত্ৰী মোডী ডেনমাৰ্কত উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন ইউৰোপীয় ৰাষ্ট্ৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডেনমাৰ্কৰ কোপেনহেগেনত উপস্থিত হয়। প্ৰধানমন্ত্ৰীক কোপেনহেগেন বিমানবন্দৰত তেওঁৰ ডেনিছ সমকক্ষ মেট ফ্ৰেডৰিকছেনে আদৰি লৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰেডৰিকসেনৰ সৈতে আলোচনা কৰিব আৰু দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ ডেনিছ ৰাণী মাৰ্গ্ৰেথ দ্বিতীয়লৈও যোৱাৰ কথা আছে।