প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ প্ৰদেশত ৯ খন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে

Pc- The Hans India

প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ প্ৰদেশত ৯ খন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  উত্তৰ প্ৰদেশত ৯ খন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে। সিদ্ধাৰ্থনগৰ, ইটাহ, হাৰদোই, প্ৰতাপগড়, ফতেহপুৰ, দেওৰিয়া, গাজীপুৰ, মিৰ্জাপুৰ আৰু জৌনপুৰ জিলাত অৱস্থিত চিকিৎসা মহাবিদ্যালয়সমূহে ৰাজ্যখনত ৭০০ খন এমবিবিএছ আসন বৃদ্ধি কৰিব বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আগতে কৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে  বাৰাণসীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব।