প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতত কোভিড-১৯ ৰ প্ৰতিষেধক টীকা প্ৰদানৰ অভিলেখ

pc Hindustan Times

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ভাৰতত কোভিড-১৯ ৰ প্ৰতিষেধক টীকা প্ৰদানৰ অভিলেখ

অনলাইন বার্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত প্ৰায় ১০ ঘণ্টাত ২ কোটিতকৈও অধিক পালি প্ৰদান কৰি ভাৰতে পূৰ্বৰ একদিনীয়া কোভিড-১৯ টিকাকৰণৰ ১.৩৩ কোটি পালিৰ অভিলেখ ভংগ কৰিছে। স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই কয়, “মই বিশ্বাস কৰোঁ যে আমি টিকাকৰণৰ এক নতুন অভিলেখ গঢ়িম আৰু প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিম।”
(RT)