অনলাইন বাৰ্ত্তাসেৱা- প্ৰথম ৰাউণ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী অসম কন্যা লাভলীনা। ২৪জুলাইত আছিল লাভলীনাৰ প্ৰথমখন খেল।বাই পোৱা সূত্ৰে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে লাভলীনাই।প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ প্ৰতিদ্বন্দ্বী হব জাৰ্মানীৰ নাদিন এ’পেজ।২৭জুলাইত অনুষ্ঠিত হ’ব লাভলীনাৰ পৰৱৰ্তী খেল।