প্ৰতাৰণা…..পম্পী ডেকা June 7, 2021June 7, 2021 Rongili Barta প্ৰতাৰণা….. চোৱা… কেনেকৈ দাও-দাওকৈ জ্বলিছে জুইকুৰা.. এইকুৰা জুইকে সাক্ষী কৰি মৰমৰ এক নতুন অধ্যায়ৰ পাতনি মেলাৰ সপোনে পোখা মেলিছিল.. কিন্তু আজি….. সেইকুৰা জুইত প্ৰতাৰণাৰে ভৰা, আমাৰ প্ৰেমৰ প্ৰতীকৰ মুখাগ্নি কৰিছোঁ.