পেৰা বিশ্বকাপত বিশ্ব ৰেকৰ্ডৰ সৈতে স্বৰ্ণ জয় শ্বুটাৰ অৱনী লেখাৰাৰ

pc hindustan Times

পেৰা বিশ্বকাপত বিশ্ব ৰেকৰ্ডৰ সৈতে স্বৰ্ণ জয় শ্বুটাৰ অৱনী লেখাৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- টকিঅ’ পেৰালিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰাই মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছ এইচ ১ ত ২৫০.৬ ৰ বিশ্ব অভিলেখ স্ক’ৰৰ সৈতে পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰে। ২০ বছৰীয়া লেখাৰাই ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত স্থান সুৰক্ষিত কৰিবলৈ নিজৰ ২৪৯.৬ ৰ বিশ্ব অভিলেখ ভংগ কৰিছে।