পুনেৰ গ্ৰাম্য অঞ্চলত নগৰঅঞ্চলতকৈ অধিক কোভিড টিকাকৰণৰ হাৰ নথিভুক্ত 

pc hindustan Times

পুনেৰ গ্ৰাম্য অঞ্চলত নগৰঅঞ্চলতকৈ অধিক কোভিড টিকাকৰণৰ হাৰ নথিভুক্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  কোউইন এপৰ তথ্য অনুসৰি, যোৱা কেইদিনমানৰ পৰা পুনে জিলাত কোভিড-১৯ টিকাকৰণৰ হাৰ জিলাখনৰ গ্ৰাম্য অঞ্চলত চহৰাঞ্চলৰ তুলনাত অধিক নথিভুক্ত কৰা হৈছে। লক্ষণীয়ভাৱে, পুনেৰ গ্ৰাম্য অঞ্চলত ৪ মে’ত ১১,৭৪১ জনতকৈও অধিকলোকক কোভিড টিকাকৰণৰ পালি দিয়া হৈছিল আনহাতে জিলাখনৰ নগৰঅঞ্চলত ৫,৬৩২জনলোকক কোভিড টিকাকৰণৰ পালি দিয়া হৈছিল।