পাঞ্জাৱ কিংছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে

Pc- NDTV Sports

পাঞ্জাৱ কিংছে চেন্নাই চুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে

অনলাইন বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পঞ্জাৱ কিংছে চেন্নাই চুপাৰ কিংছক ছয় উইকেটত পৰাস্ত কৰে। কে এল ৰাহুলে পঞ্জাৱ কিংছৰ হৈ সৰ্বাধিক ৯৮*(৪২) আৰু ক্ৰিছ জৰ্ডান আৰু অৰ্শদীপ সিঙে দুটাকৈ উইকেট দখল কৰে। পঞ্জাৱ কিংছ ১২ পইণ্টৰ সৈতে পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে।