পঞ্জাৱ চৰকাৰৰ দ্বাৰা ১,৯২৫ জন সহকাৰী অধ্যাপকৰ সেৱা নিয়মীয়া 

Pc ANI News

পঞ্জাৱ চৰকাৰৰ দ্বাৰা ১,৯২৫ জন সহকাৰী অধ্যাপকৰ সেৱা নিয়মীয়া 

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে ঘোষণা কৰিছে যে ৰাজ্য চৰকাৰে “উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু কৰ্মচাৰীৰ উৎসাহ বৃদ্ধি কৰিবলৈ” ১,৯২৫ জন সহকাৰী অধ্যাপকৰ সেৱা নিয়মীয়াকৰণত অনুমোদন জনাইছে। তেওঁ আৰু কৈছিল যে ৰাজ্য চৰকাৰে জলন্ধৰ আৰু শ্বহীদ ভগত সিং নগৰত দুখন নতুন চৰকাৰী ডিগ্ৰী মহাবিদ্যালয় স্থাপনৰ বাবেও অনুমোদন জনাইছে।