পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ শ্বহীদ দিৱস উপলক্ষে ২৩ মাৰ্চত ৰাজহুৱা বন্ধ ঘোষণা 

pc The Hindu

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ শ্বহীদ দিৱস উপলক্ষে ২৩ মাৰ্চত ৰাজহুৱা বন্ধ ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ২৩ মাৰ্চত শ্বহীদ দিৱস উপলক্ষে ৰাজ্যখনত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে। শ্বহীদ দিৱসত স্বাধীনতা সংগ্ৰামী ভগত সিং, সুখদেৱ থাপাৰ আৰু শিৱৰাম ৰাজগুৰুৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। পঞ্জাৱ বিধানসভাই বিধানসভাত শ্বহীদ ভগত সিং আৰু বাবাচাহেব আম্বেদকাৰৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তাৱ গৃহীত কৰিছিল।