নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন বৰুৱাৰ শেষকৃত্য

Pc Facebook

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন বৰুৱাৰ শেষকৃত্য

ৰঙিলী বাৰ্ত্তাসেৱা–  আজি শেষকৃত্য সম্পন্ন হ’ব প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ। নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব নীলপৱন বৰুৱাৰ। শুকুৰবাৰে নিশাটো বেলতলাৰ বাসগৃহত ৰখা হয় চিত্ৰশিল্পীগৰাকীৰ নশ্বৰ দেহ। অসংখ্য গুণমুগ্ধই বাসগৃহত নীলপৱন বৰুৱালৈ জনালে শেষ শ্ৰদ্ধা। শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল নীলপৱন বৰুৱাই। বিয়লি ৩.১৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰিছিল বৰুৱাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।