নেপালৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নবীন শ্ৰীবাস্তৱক  নিযুক্ত

pc india today

নেপালৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নবীন শ্ৰীবাস্তৱক  নিযুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে নবীন শ্ৰীবাস্তৱক নেপালৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি কৰে। বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীবাস্তৱে শীঘ্ৰেই এই দায়িত্ব গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনী ভ্ৰমণ কৰাৰ এদিন পিছত মন্ত্ৰালয়ে তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল।