নাডা  বেট প্ৰকল্পই ১০ বছৰত ৫ লাখ যুৱক-যুৱতীক নিযুক্তি দিব: অমিত শ্বাহ

pc the Indian Express

নাডা  বেট প্ৰকল্পই ১০ বছৰত ৫ লাখ যুৱক-যুৱতীক নিযুক্তি দিব: অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটৰ নাডা বেটত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত এক ভিউইং পইণ্ট  উদ্বোধন কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে পাইলট প্ৰকল্পটোৱে অহা ১০ বছৰত ৫ লাখতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিব। শ্বাহে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাডা বেটৰ বাবে বহুমাত্ৰিক প্ৰকল্পৰ ধাৰণা লৈ অহাৰ বাবে মই তেওঁৰ দৃষ্টিভংগীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।”