নাগা চৈতন্যৰ ‘Thank You’ ২২ জুলাইত মুক্তি  

pc- The Hans India

নাগা চৈতন্যৰ ‘Thank You’ ২২ জুলাইত মুক্তি  

ৰঙিলী বাৰ্ত্তাসেৱা- নাগা চৈতন্য অভিনীত ‘Thank You’ ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে। ৮ জুলাইত মুক্তি পাবলগীয়া বিক্ৰম কে কুমাৰৰ পৰিচালনা এতিয়া ২২ জুলাইত মুক্তি পাব। ছবিখনৰ নিৰ্মাতাসকলে টুইটাৰত নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ সময়ত ছবিখনৰ এখন নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল। ‘Thank You’l ৰাছি খান্নাও অভিনয় কৰিছে।