p.c.TheNew Indian Express
ৰঙিলী বাৰ্ত্তাসেৱা- সুৰিয়া অভিনীত ছবি ‘জয় ভীমে’ নৱম নয়ডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তিনিটা বঁটা লাভ কৰিছে। ই ক্ৰমান্বয়ে সুৰিয়া আৰু লিজোমল জোছৰ বাবে শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ছবিখনৰ প্ৰযোজনা গৃহ ২ডি এণ্টাৰটেইনমেণ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজচেকাৰ কাৰ্পুৰ সুন্দৰ পণ্ডিয়ানে টুইটাৰত এই বাতৰিটো ঘোষণা কৰে।