নতুনকৈ আৰম্ভ কৰোঁ আহক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pc The Financial Express

নতুনকৈ আৰম্ভ কৰোঁ আহক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছত তেওঁ কৃষকসকলক কয়, “আহক নতুনকৈ আৰম্ভ কৰোঁ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “মোৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ সমস্যা আৰু প্ৰত্যাহ্বানবোৰ নিবিড়ভাৱে দেখিছো। যেতিয়া মই ২০১৪ চনত প্ৰধানমন্ত্ৰী হৈছিলো, আমি কৃষকসকলৰ কল্যাণ আৰু উন্নয়নক প্ৰাথমিকতা দিছিলো।”