নগাঁওত নিচাজাতীয় সামগ্রীসহ এটা ড্রাগচ সৰবৰাহকাৰীক গ্রেপ্তাৰ

pc- National institute on drugs abuse

 নগাঁওত নিচাজাতীয় সামগ্রীসহ এটা ড্রাগচ সৰবৰাহকাৰীক গ্রেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলা আৰক্ষীৰ বিশেষ অভিযানকাৰীৰ এটা দলে কালি অবৈধ নিচাজাতীয় সামগ্রীসহ এটা ড্রাগচ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে। নগাওঁ আৰক্ষীৰ জনাইছে যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে সন্ধিয়া নগাঁও চহৰৰ তেলীয়াপট্ৰিৰ পৰা ব্ৰাউন চুগাৰৰ ২৬ টা কণ্টেইনা আৰু এখন দুচকীয়া বাহন জব্দ কৰাৰ লগতে সুমন দেৱ নামৰ ড্ৰাগচ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে।