ধৰ্মেন্দ্ৰ প্ৰধানে যুৱসকলৰ বাবে ১ লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ সুযোগ আৰম্ভ কৰিছে

pc the Print

ধৰ্মেন্দ্ৰ প্ৰধানে যুৱসকলৰ বাবে ১ লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ সুযোগ আৰম্ভ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ (এআইচিটিই) ইণ্টাৰ্নশ্বিপ পৰ্টেলৰ জৰিয়তে যুৱসকলৰ বাবে এক লাখতকৈও অধিক ইন্টাৰ্ণশ্বিপৰ সুযোগ মুকলি কৰে। তেওঁ কৈছিল যে যুৱ নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে অহা দুই-তিনি বছৰত ১০০ নিযুত ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য থাকিব লাগে। তেওঁ লগতে কয়, “উদ্যোগটোৱে সকলোকে ইন্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিব লাগে।”