দেশখনে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিছে: প্ৰধানমন্ত্ৰী মোদী

pc financial Express

দেশখনে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিছে: প্ৰধানমন্ত্ৰী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত জনসাধাৰণৰ সংকল্পক প্ৰশংসা কৰি কয় যে ভাৰতে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিছে। তেওঁ কয়, “থলুৱা ভেকছিনৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টিকাকৰণ অভিযান হওঁক বা চিকিৎসা আন্তঃগাঁথনিৰ বিকাশ হওঁক, দেশখনে স্বাস্থ্যৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিছে।”