দুৰ্গা সৰোবৰ পাহাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুপ্ৰসাদ শৰ্মাৰ বিদায় সভা

দুৰ্গা সৰোবৰ পাহাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুপ্ৰসাদ শৰ্মাৰ বিদায় সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ দুৰ্গাসৰোবৰ পাহাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুপ্ৰসাদ শৰ্মাৰ বিদায় সভাখন ৩০ জানুৱাৰীত বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয়৷ সভাত বিশিষ্ট ব্যক্তি পূৰ্ণ চেত্ৰী, প্ৰভাত দাস, কুমুদ কলিতা, মুকুট কলিতা, অনন্ত দাস, গীতাৰাণী কলিতা, ৰিংকু কলিতা, প্ৰদীপ ডেকা, বিপুল ঠাকুৰীয়া, মজম আলী আহমেদ, আকবৰ আলী আহমেদ, ১২ নং ৱাৰ্ডৰ পাৰিষদ দিপাংকৰ বৈশ্য আদি প্ৰমুখ্য শিক্ষক, ছাত্ৰ- ছাত্ৰী সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে৷