দিল্লীত অনুষ্ঠিত লাচিত জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

Pc Navbharat Times

দিল্লীত অনুষ্ঠিত লাচিত জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীত অনুষ্ঠিত লাচিত জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ ।লাচিত বৰফুকনৰ মহান শৌৰ্য পৰাক্ৰমক প্ৰণাম জনাই অসমীয়াতে ভাষণ আৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়-‘সমগ্ৰ দেশতে উদযাপন কৰা হৈছে লাচিত বৰফুকনৰ জয়ন্তী।ভাৰতৰ ইতিহাস গোলামীৰ নহয়, ভাৰতৰ ইতিহাস যোদ্ধা আৰু বিজয়ৰ।শৰাইঘাটৰ ৰণত দেখুওৱা লাচিতৰ পৰাক্ৰম আছিল অগাধ দেশপ্ৰেম।’