দিছপুৰ প্ৰেছ ক্লাবত অসমীয়া বিজ্ঞানী ড° আৰতী বৰা বৰুৱা-খেলুৱৈ নীলিম আকাশ বৰুৱাক সম্বৰ্ধনা

দিছপুৰ প্ৰেছ ক্লাবত অসমীয়া বিজ্ঞানী ড° আৰতী বৰা বৰুৱা-খেলুৱৈ নীলিম আকাশ বৰুৱাক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত দিছপুৰ প্ৰেছ ক্লাবত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী প্ৰবাসী অসমীয়া বিজ্ঞানী ড° আৰতী বৰা বৰুৱা আৰু উদীয়মান স্কেটিং খেলুৱৈ নীলিম কুমাৰ আকাশ বৰুৱাক গামোচা,জাপি,সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে৷অসম ৰাজ্যিক সমিতিৰ সভাপতি কৰুণ কুমাৰ ভূঞাই পৌৰোহিত্য কৰা সভাত কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় কলিতা,সাধাৰণ সম্পাদক ভাবেশ বৈশ্যকে আদি কৰি কেইবাজনো লোক উপস্থিত থাকে৷