দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ পাঁচখন খেলৰ টি-২০ শৃংখলাৰ স্থান ঘোষণা 

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ পাঁচখন খেলৰ টি-২০ শৃংখলাৰ স্থান ঘোষণা 

ৰঙিলী বাৰ্ত্তাসেৱা–  বিচিচিআইয়ে জুনত অনুষ্ঠিত হ’বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ পাঁচখন খেলৰ টি-২০ শৃংখলাৰ স্থান ঘোষণা কৰে। প্ৰথম টি-২০ ৯ জুনত দিল্লীত অনুষ্ঠিত হ’ব। দ্বিতীয় টি-২০ ১২ জুনত কটকত অনুষ্ঠিত হ’ব। ১৪ জুনত বিশাখাপত্তনম, ১৭ জুনত ৰাজকোট আৰু ১৯ জুনত বেংগালুৰুত অনুষ্ঠিত হ’ব।