তোমাৰ অসুখ
বৰ্ণালী চৌধুৰী
বংশৰ, শুৱালকুছি
তোমাৰ অসুখ বুলি
জনাৰেপৰা
মোৰো অসুখ
দুচকু মুদি দিছোঁ
চুই চাব খুজিছোঁ
শীৰ্ণ দুহাতেৰে
তোমাৰ ভাগৰুৱা দুচকু
আৰু তাত দুলি থকা
তোমাৰ অস্থিৰতা
তোমাৰ সমস্ত অসুখ
তোমাৰ অসুখ
বৰ্ণালী চৌধুৰী
বংশৰ, শুৱালকুছি
তোমাৰ অসুখ বুলি
জনাৰেপৰা
মোৰো অসুখ
দুচকু মুদি দিছোঁ
চুই চাব খুজিছোঁ
শীৰ্ণ দুহাতেৰে
তোমাৰ ভাগৰুৱা দুচকু
আৰু তাত দুলি থকা
তোমাৰ অস্থিৰতা
তোমাৰ সমস্ত অসুখ