তেলেংগানা চৰকাৰৰ ১ কোটি ৰাষ্ট্ৰীয় পতাকা বিতৰণ

Pc News18

তেলেংগানা চৰকাৰৰ ১ কোটি ৰাষ্ট্ৰীয় পতাকা বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  তেলেংগানা চৰকাৰে দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত ৮ আগষ্টৰ পৰা দুসপ্তাহৰ বাবে ‘স্বতন্ত্ৰ ভাৰত ভাজৰোৎসভালু’ ‘Swatantra Bharatha Vajrotsavalu’ উদযাপন কৰিব। আৰু ৰাজ্যজুৰি উত্তোলনৰ বাবে ১ কোটি ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিব। একতা আৰু দেশপ্ৰেমৰ ওপৰত চলচ্চিত্ৰসমূহো সকলো চিনেমা হলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ দেখুওৱা হ’ব।