তেলেংগানা কংগ্ৰেছ নেতা এম এ খানৰ দলৰ পৰা পদত্যাগ

Pc Hindustan Times

তেলেংগানা কংগ্ৰেছ নেতা এম এ খানৰ দলৰ পৰা পদত্যাগ

ৰঙিলী বাৰ্ত্তাসেৱা-   তেলেংগানা কংগ্ৰেছ নেতা এম এ খানে দলৰ পৰা পদত্যাগ কৰি কয়, “ৰাহুল গান্ধীয়ে দলীয় সমিতিৰ ভিপি পদটো চম্ভালি লোৱাৰ পিছত পৰিস্থিতি তললৈ যোৱা আৰম্ভ হৈছিল। তেওঁ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে নাজানে।” তেওঁ লগতে কয় যে শীৰ্ষ নেতৃত্বই দলৰ তৃণমূল পৰ্যায়ৰ কেডাৰসকলক পুনৰ সক্ৰিয় কৰাৰ কোনো প্ৰচেষ্টা চলোৱা নাই বাবেই জ্যেষ্ঠ নেতাসকলে পদত্যাগ কৰিবলৈ বাধ্য হৈছে।