ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰে মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়াই

pc Facebook
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰে মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়াই
অনলাইন বাৰ্ত্তাসেৱা – ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰে মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস ডাঙৰীয়াই । সভাত বিষয়া বৰ্গৰ পৰা জিলাখনত সমাপন হৈ থকা বিভাগীয় আঁচনি সমূহৰ সামগ্ৰিক অগ্ৰগতি সম্পৰ্কে বুজ লোৱা হয়। “জলজীৱন মিছন”কে আদি কৰি বিভাগীয় সকলো আঁচনিৰ সুবিধাৰ পৰা জিলাখনৰ কোনো যোগ্য ব্যক্তিয়েই যাতে বঞ্চিত নহয় তাৰ প্ৰতি বিষয়া সকলক বিশেষ দৃষ্টি ৰাখি এই ক্ষেত্ৰত কৰণীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।