টাইগাৰ শ্ৰফে অক্টোবৰৰ শেষৰ পৰা ‘গণপথ’ৰ বাবে আৰম্ভ কৰিব শ্বুটিং

pc The Indian Express.jpg

টাইগাৰ শ্ৰফে অক্টোবৰৰ শেষৰ পৰা ‘গণপথ’ৰ বাবে আৰম্ভ কৰিব শ্বুটিং

অনলাইন বাৰ্ত্তাসেৱা প্ৰতিবেদন অনুসৰি, টাইগাৰ শ্ৰফে অক্টোবৰৰ শেষৰ ফালে UK ত বিকাশ বহেলৰ ছবি গণপথৰ শ্বুটিং আৰম্ভ কৰিব। সমৰ কলাৰ পটভূমিত নিৰ্মিত এই চলচ্চিত্ৰখনৰ লগত জড়িত কৰ্মচাৰীসকল ইতিমধ্যে UK ত উপস্থিত হৈছে আৰু ছবিখনৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে। ইয়াৰোপৰি, কৃতি চাননেও অভিনয় কৰিব চলচ্চিত্ৰখনত।

(UD.)