অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰই প্ৰকাশ কৰা মতে, জুলাই বা আগষ্টৰ আৰম্ভণিতে, প্ৰতিদিনে এক কোটি লোকক টিকাকৰণ কৰাৰ বাবে পৰ্যাপ্ত কোভিড-১৯ ভেকছিন থাকিব আৰু লগতে কোৱা হৈছে যে পৰৱৰ্তী অনুসূচী নহালৈকে ভেকছিন মিহলি কৰি ৰাইজক দিয়া নহয়।
জুলাই বা আগষ্টৰ আৰম্ভণিলৈ, দিনে ১ কোটি লোকক টিকাকৰণ কৰাৰ বাবে পৰ্যাপ্ত কোভিড-১৯ ভেকছিন থাকিবঃ কেন্দ্
