জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু 

Pc NDTV.com

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-   জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। আজি পুৱাই এখন সভাত ভাষণ প্ৰদান কৰি থকাৰ সময়ত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰিছিল। নিৰ্বাচন প্ৰচাৰৰ সময়ত ভাষণ দি আছিল শ্বিনজো আবেই। সেই সময়তে হঠাৎ দুৰ্বৃত্তই গুলীচালনা কৰিছিল আৰু মঞ্চতে ঢলি পৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈ শ্বিনজো আবেৰ। শ্বিনজো ৰ বুকুত গুলী লাগিছিল।