জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘৰ্ষত ৩ জন এল ই টি সন্ত্ৰাসবাদী নিহত

pc-national herald

জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘৰ্ষত ৩ জন এল ই টি সন্ত্ৰাসবাদী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  কাশ্মীৰ আৰক্ষীয়ে জনাই যে পুৱা জম্মু-কাশ্মীৰৰ কুপৱাৰাত সংঘটিত এক সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (এল ই টি)ৰ সৈতে জড়িত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছে। আৰক্ষীয়ে এটা নিৰ্দিষ্ট ইনপুটৰ ওপৰত ভিত্তি কৰি অভিযান আৰম্ভ কৰিছিল আৰু সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিছিল। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে, আৰক্ষীয়ে জনায়।