জন্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত ৫ জনকৈ লোকৰ মৃত্যু

pc-britanica images are used only for represntation purpose only

অনলাইন বাৰ্ত্তাসেৱাঃ  বুধাবাৰে পুৱা ৪.২০ বজাত জন্মু কাশ্মীৰৰ কিষ্টিৱাড় জিলাৰ হোনজৰ অঞ্চলত সংঘটিত হৈছে এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। ফলত ৫ জনকৈ লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহু কেইজন লোক। জানিব পৰা মতে এই ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ কবলত পৰিছে ৮ টাকৈ ঘৰ আৰু সন্ধানহীন হৈ থকা ব্যক্তিৰ সংখ্যা প্ৰায় ৩৫ জনলৈ বৃ্দ্ধি হৈছে।