চৰকাৰে স্বাস্থ্য প্ৰণালী শক্তিশালী কৰিবলৈ ১৯ খন ৰাজ্যক ৮,৪৫৩.৯৩ কোটি অনুদান মুকলি

Pc- Mint

চৰকাৰে স্বাস্থ্য প্ৰণালী শক্তিশালী কৰিবলৈ ১৯ খন ৰাজ্যক ৮,৪৫৩.৯৩ কোটি অনুদান মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰই ১৯ খন ৰাজ্যৰ গ্ৰাম্য আৰু নগৰীয়া স্থানীয় সংস্থাসমূহৰ বাবে ৮,৪৫৩.৯২ কোটি অনুদান মুকলি কৰিছে যাতে “স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা আৰু স্বাস্থ্য সেৱা প্ৰণালীৰ গুৰুত্বপূৰ্ণ ব্যৱধানবোৰ দূৰ হয়”। বিত্ত মন্ত্ৰালয়ে কয়, “২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ পঞ্চদশ বিত্ত আয়োগে (এফচি-ষোড়শ) ইয়াৰ প্ৰতিবেদনত স্থানীয় চৰকাৰসমূহক মুঠ ৪,২৭,৯১১ কোটি  অনুদান দিয়াৰ পৰামৰ্শ দিছে।”