চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটক কঢ়িয়াই নিয়া সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

Pc Wion

চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটক কঢ়িয়াই নিয়া সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  তামিলনাডুত চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পৰিয়াল আৰু কৰ্মচাৰীক লৈ যোৱা এখন সেনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে। ভাৰতীয় বায়ু সেনাই কয়, “তামিলনাডুৰ কুনুৰৰ ওচৰত চিডিএছ জেনেৰেল বিপিন ৰাৱাটৰ সৈতে এখন আইএএফ এমআই-১৭ভি৫ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।” “দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে,” ইয়াত যোগ দিয়া হৈছে।