চিডিএছ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা আইএএফ বিষয়াক শৌৰ্য চক্ৰ প্ৰদান 

pc tribune india

চিডিএছ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ হোৱা আইএএফ বিষয়াক শৌৰ্য চক্ৰ প্ৰদান 

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ডিচেম্বৰত চিফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা ভাৰতীয় বায়ু সেনাৰ পাইলট গ্ৰুপৰ কেপ্টেইন বৰুণ সিঙক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পূৰ্বৰ বীৰত্বৰ বাবে দেশৰ তৃতীয় সৰ্বোচ্চ শান্তিকালীন বীৰত্ব পদক শৌৰ্য চক্ৰ মৰণোত্তৰভাৱে প্ৰদান কৰে। তেওঁৰ পত্নী গীতাঞ্জলি সিং আৰু মাতৃ উমা সিঙে এই বঁটা গ্ৰহণ কৰিছিল।